Full Text Transcript
Text below was recognized via OCR from scanned pages and may contain minor errors.
Civil Services (Main)
Examination, 2026
KVMS-D-ASM
অসমীয়া
প্ৰশ্বকাকত--_]]
( সাহিত্য )
নির্ধাৰিত সময় : 3 ঘণ্টা সর্বাধিক নম্বৰ : 250
என்ன বহী-সম্পক্কীয় বিশেষ নির্দেশনা
প্ৰশ্নোত্তৰ কৰাৰ আগতে তলৰ নির্দেশনাখিনি ভালদৰে পঢ়ি লোৱাঁ
প্রশ্নকাকতখনত দুটা শাখাত আঠটা প্রশ্ন দিয়া আছে।
"ইয়াৰ ভিতৰত কেৱল পাঁচটা প্রশ্নৰ উত্তৰ কৰী।
প্রশ্ন নং 1 আৰু 5 বাধ্যতামূলক । বাকী তিনিটাৰ কাৰণে প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ करों |
প্রতিটো প্ৰশ্নৰ যূল্যাঙ্ক কাষত উল্লেখ কৰা یئ ١
প্রশ্নৰ উত্তৰ অসমীয়াত (অসমীয়া লিপি) কৰাঁ |
শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে ৰক্ষা कवौ |
প্রশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি কৰাঁ | আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰৰো মৃল্যাঙ্কন কৰা হ’ব । প্রশ্ন-সংলগ্ন উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা
সম্পূর্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত कवौ |
ASSAMESE
PAPER—II
( LITERATURE )
Time Allowed : Three Hours Maximum Marks : 250
QUESTION PAPER SPECIFIC INSTRUCTIONS
Please read each of the following instructions carefully
before attempting questions
There are EIGHT questions divided in two Sections.
Candidate has to attempt FIVE questions in all.
Question Nos. 1 and 5 are compulsory and out of the remaining, THREE are to be
attempted choosing at least ONE from each Section.
The number of marks carried by a question/part is indicated against it.
Answers must be written in ASSAMESE (Assamese script).
Word limit in questions, wherever specified, should be adhered to.
Attempts of questions shall be counted in sequential order. Unless struck off, attempt of
a question shall be counted even if attempted partly. Any page or portion of the page
left blank in the Question-cum-Answer Booklet must be clearly struck off.
KVMS-D-ASM/24 1 { P.T.O.
SECTION—A
1. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা : 10x5=50
ہم ‘অযোধ্যা কাণ্ড’ৰ জৰিয়তে মাধৱ কন্দলিৰ কাব্যিক প্রতিভা বিচাৰ क्वौ ।
(౧ ‘পাৰিজাত হৰণ’ নাটত সত্যভামা চৰিত্ৰটোৰ মাজেৰে কি কি দিশৰ উন্মেষণ ঘটিছে, আলোচনা কৰাঁ ।
ര শ্ৰীমন্ত শংকৰদেৱে কিয় ‘ইটো ৰাসক্রীড়া কেলি নামে কামজয়’ বুলি উল্লেখ কৰিছে, বিশ্লেষণ ٭ ।
(थ) মাধৱদেৱৰ বৰগীতৰ আধাৰত চিৰন্তন মাতৃৰ স্বৰূপ নির্ণয় কৰা ।
(૭) ‘গুৰু-চৰিত’ৰ আধাৰত তদানীন্তন সমাজৰ এটি ৰূপৰেখা দাঙি ଅସୀ |
2. তলৰ তিনিওটা প্রশ্নৰ উত্তৰ লিখা :
(a) ‘পাৰিজাত হৰণ’ নাটত कि কি ৰসৰ সমাৱেশ ঘটিছে, বহলাই আলোচনা ٭٭ | 20
م “ভট্টদেৱৰ গদ্যৰ ভাষা গুৰুগম্ভীৰ সাধু வட் উক্তিষাৰৰ যথার্থতা ব্যাখ্যা कवौ | 15
(© মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যৰ বিষয়বস্তুৰ সম্যক আভাস দাঙি ۱ 15
3. তলৰ তিনিওটা প্রশ্নৰ উত্তৰ লিখা :
(a) চৰিত-সাহিত্য বুলিলে কি বুজা? চৰিত-সাহিত্যৰ বৈশিষ্ট্যসমূহ ‘গুৰু-চৰিত’ত কিদৰে প্রতিফলিত হৈছে,
আলোচনা कव | 20
“শিশু-চৰিত্রব কল্পনা নৈপুণ্যত বৰগীতবোৰে কবিতা হিচাপে জগতৰ কাব্য-সাহিত্যত অতি ওখ ঠাই नाड কৰিব م
পাৰে ।” মাধৱদেৱৰ বৰগীতৰ প্ৰসংগত কথাষাৰ ব্যাখ্যা ۱ 15
ര ‘অযোধ্যা কাণ্ড'ৰ আধাৰত Hage বনৰ নৈসর্গিক চিত্র অংকনত মাধৱ কন্দলিয়ে কিদৰে মৌলিকতা দেখুৱাইছে
সেই বিষয়ে এটি নিবন্ধ ۹ | 15
4. তলৰ তিনিওটা প্রশ্নৰ উত্তৰ লিখা :
(જ “পশ্রীকৃষ্ণৰ ৰাসক্ৰীড়াৰ অনুপম কাহিনীয়ে ভক্তিমার্গৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে ।” কথাষাৰৰ যথার্থতা বিচাৰ কৰী। 20
(b) মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যৰ আধাৰত জৰাসন্ধ আৰু শিশুপাল চৰিত্ৰ বিশ্লেষণ কৰা | 15
(2 ‘কথা-ভাগৱত’ৰ আধাৰত অসমীয়া গদ্য-সাহিত্যত ভট্টদেৱৰ স্থান নিৰূপণ কৰাঁ | 15
KVMS-D-ASM/24 2
SECTION—B
5. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা : 10x5=50
(a) ‘মোৰ জীৱন সৌৱৰণ’ৰ আধাৰত বেজবৰুৱাৰ জন্মস্থান আৰু জন্ম তাৰিখ সম্বন্ধে আলোচনা करों |
(b) ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ শীর্ষক সংকলনটোৰ মূল বিশেষত্ব কি কি সেই বিষয়ে এটি বিশ্লেষণাত্মক
ব্যাখ্যা আগবঢ়োৱা |
(0) বৰপেটাৰ দৌল উৎসৱৰ পৰম্পৰাগত ৰীতি-নীতি ‘মনোমতী’ উপন্যাসৰ মাজেৰে কিদৰে প্রকাশ পাইছে সেই
বিষয়ে এটি টোকা লিখী |
(0) Wer’ উপন্যাসৰ ধনপুৰ চৰিত্ৰটিৰ এটি বিশ্লেষণাত্মক আলোচনা যুগুতোৱা ৷
(0) সংঘাতময় জীৱনৰ উপলব্ধি ‘জীৱনৰ বাটত’ উপন্যাসৰ তগৰ চৰিত্ৰটোৰ যোগেদি কেনেদৰে প্রকাশ পাইছে,
আলোচনা কৰা |
6. তলৰ তিনিওটা প্রশ্নৰ উত্তৰ লিখা :
(જ " ‘কাৰেঙৰ লিগিৰী’ত জ্যোতিপ্ৰসাদৰ বৈপ্লৱিক চিন্তা-চৰ্চাৰ স্পষ্ট আভাস পোৱা যায় ।”” কথাষাৰৰ সত্যাসত্য
নিৰূপণ কৰা । 20
(৮) ہ3۹ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ নামৰ উপন্যাসখনত ৰাজনৈতিক চিন্তা-চেতনাৰ কেনেদৰে প্ৰতিফলন ঘটিছে,
উদাহৰণসহ বিশ্লেষণ ٭ | 15
ര “ ‘প্রতিমা’ৰ প্রায় সকলোবোৰ কবিতাৰ মাজেদি এক মানৱীয়বাদৰ স্পষ্ট ধ্বনি শুনা যায় ।”” উক্তিষাৰৰ যথার্থতা
ব্যাখ্যা কৰা। 15
7. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা :
(જ পুৰণি সাহিত্য কি কি দিশত সীমাবদ্ধ বুলি বাণীকান্ত কাকতিয়ে উনুকিয়াইছে, তোমাৰ ভাষাত লিখী ৷ 20
മു প্ৰহসন বুলিলে কি বুজা? প্ৰহসনৰ বৈশিষ্ট্যসমূহ ‘গাঁওবুঢ়া’ নাটকৰ আধাৰত বিচাৰ कव | 15
مم সমালোচকসকলে ‘জীৱনৰ বাটত’ উপন্যাসক “SPT জাতীয় জীৱনৰ তাৎপর্যপূর্ণ এটা শতাব্দীৰ ইতিহাস”
আখ্যা দিয়াৰ অন্তৰালত নিহিত কাৰণসমূহ ফঁহিয়াই দেখুওৱা ৷ 15
8. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা :
(0) “नवका বৰুৱাৰ কবিতাত ইতিহাস চেতনা, সমকাল চেতনা, মৃত্যুচেতনা, নিঃসংগতাবোধ আদি বিষয়সমূহেও
প্রাধান্য লাভ কৰিছে।”’ কথাষাৰ ‘সম্ৰাট’ কবিতাৰ প্ৰসংগত কিমানদূৰ প্ৰযোজ্য, যুক্তিসহ তোমাৰ মন্তব্য
আগবঢ়োৱা | 20
06) ‘মনোমতী’ উপন্যাসত সাধাৰণ পুৰুষ-মহিলাৰ স্বদেশ-স্বজাতিৰ প্রতি থকা গভীৰ শ্রদ্ধা-প্রীতিৰ কিদৰে পৰিস্ফুৰণ
ঘটিছে, আলোচনা কৰাঁ | 15
(೦ অসমীয়া সমাজ-জীৱন আৰু মানুহৰ বিভিন্ন দিশৰ নির্মোহ সমালোচনা ‘কৃপাবৰ বৰুৱাৰ چم টোপোলা’ৰ
জৰিয়তে কিদৰে প্রকাশ পাইছে, বিচাৰ কৰাঁ । 15
# × ×
KVMS-D-ASM/24 3 SB27—18