Previous Year Question Paper

QP-CSM-26-010926-Lit-ASSAMESE PAPER I

Pages4
FormatPDF
SourceOCR transcription

Please verify you're human to unlock the download & viewer links.

Full Text Transcript

Text below was recognized via OCR from scanned pages and may contain minor errors.

Civil Services (Main) < Examination, 2026 KVMS-U-ASM অসমীয়া ‏یج‎ ‎( সাহিত্য ) নিৰ্ধাৰিত সময় : 3 ঘণ্টা সৰ্বাধিক নম্বৰ : 250 2۳۳ বহী-সম্পর্কীয় বিশেষ নির্দেশনা சன்ன কৰাৰ আগতে তলৰ নির্দেশনাখিনি ভালদৰে পঢ়ি লোৱাঁ প্রশ্নকাকতখনত দুটা শাখাত আঠটা প্রশ্ন দিয়া আছে। ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰাঁ | প্রশ্ন নং 1 আৰু 5 বাধ্যতামূলক ৷ বাকী তিনিটাৰ প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ কৰা। প্রতিটো প্রশ্নৰ ‏ہم[ ۴ج‎ উল্লেখ কৰা হৈছে। প্ৰশ্নৰ উত্তৰ অসমীয়াত (অসমীয়া লিপি) ಇತ | শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে কৰাঁ | প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি कवी | আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰৰো মৃল্যাঙ্কন কৰা व्‌ প্রশ্ন-সংলগ্ন উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূর্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা | ASSAMESE PAPER-I ( LITERATURE ) Time Allowed : Three Hours Maximum Marks : 250 QUESTION PAPER SPECIFIC INSTRUCTIONS Please read each of the following instructions carefully before attempting questions There are EIGHT questions divided in two Sections. Candidate has to attempt FIVE questions in all. Question Nos. 1 and 5 are compulsory and out of the remaining, THREE are to be attempted choosing at least ONE from each Section. The number of marks carried by a question/part is indicated against it. Answers must be written in ASSAMESE (Assamese script). Word limit in questions, wherever specified, should be adhered to. Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a question shall be counted even if attempted partly. Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off. KVMS-U-ASM/23 1 [000 SECTION—A 1. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত ள்‌ : ‏م‎ অসমীয়া ভাষাৰ বিকাশৰ স্তৰকেইটাৰ পৰিচয় দি এটি টোকা नियौ ৷ (૭) অসমীয়া ভাষাৰ উপভাষাকেইটাৰ পৰিচয় দি টোকা যুগুত কৰাঁ | (੦) অসমীয়া ভাষাত Ursa ভাষাৰ উপাদান সম্পর্কে উদাহৰণসহ আলোচনা কৰী ৷ (৫) অসমীয়া গদ্যসাহিত্যলৈ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্যৰ অৱদান সম্পর্কে চমুকৈ ۷ | (2) অসমীয়া ভাষাৰ বিশিষ্ট স্বৰবৰ্ণবোৰ নিৰ্ণয় কৰি আখৰৰ লগত মিল অমিল দেখুওৱা | 2. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখী : (2) অসমীয়া ভাষাৰ শব্দমালাৰ উৎসবোৰ নির্ণয় কৰি প্রবন্ধ যুগুত কৰাঁ | 10x5=50 20 (৮) স্বার্থিক প্ৰত্যয় বুলিলে কি বুজা ? অসমীয়া ভাষাৰ স্বার্থিক প্রত্যয়ৰ ব্যৱহাৰৰ বিশেষত্ব দেখুৱাই টোকা প্রস্তুত কৰী। 15 (0 মান্য অসমীয়া ভাষাৰ লগত কামৰূপী উপভাষাৰ ধ্বনিতাত্ত্বিক বিশেষত্বসমূহৰ এটি তুলনামূলক আলোচনা যুগুত क्वौ | 3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা : (a) চমু টোকা লিখা : (9 সমীভৱন ( ঘোষীভৱন (ம অনুনাসিকতা (iv) স্বৰসঙ্গতি (৮) চমু টোকা লিখী : (9 প্রাচীন ভাৰতীয় আর্যভাষা (1) নিৰ্দিষ্টতাবাচক প্ৰত্যয় (iii) অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ ര চমু টোকা লিখী : (0 কানাই বৰশীবোৱা শিলালিপি (૪) ‘চৰ্যাপদ’ৰ ভাষাগত বৈশিষ্ট্য (11) মান্য ভাষা আৰু উপভাষাৰ মাজত পাৰ্থক্য KVMS-U-ASM/23 2 15 5x4=20 5x3=15 5x3=15 4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা : (2) অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ ‏)چم‎ লগতে প্ৰাচীন অসমীয়া আখৰৰ নিদর্শনযুক্ত শিলালিপি আৰু তাম্ৰলিপি কেইখনমানৰ নাম ক্ৰম অনুসৰি ۶ । 20 2) কৃৎপ্রত্যয় আৰু তদ্ধিত প্রত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ কৃৎপ্রত্যয়বোৰ দেখুৱাই টোকা যুগুত कवौ । 15 (८ অসমীয়া গদ্যৰ বিকাশত বুৰঞ্জী সাহিত্যৰ স্থান নির্ণয় কৰি বুৰঞ্জীৰ গদ্যৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা ۱ 15 SECTION—B 5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখা : 10x5=50 (a) “অসমীয়া সমালোচনা সাহিত্য’ শীর্ষক এটি প্রবন্ধ লিখা ۱ (b) ளா সম্পর্কে এটি টোকা যুগুত কৰাঁ | (८ চুটিগল্পৰ সংজ্ঞা নিৰ্ণয় কৰি ইয়াৰ বৈশিষ্ট্য উল্লেখ करों | (0) সাহিত্যৰ বিভিন্ন বিধবোৰৰ (genres) পৰিচয় 8۱ (0) উপন্যাসৰ স্বৰূপ বিশ্লেষণ কৰি উপন্যাসৰ উপাদানসমূহৰ বিষয়ে আলোচনা আগবঢ়োৱা ৷ 6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা : (2) ‘আধুনিকতাবাদ আৰু অসমীয়া সাহিত্য’ শীর্ষক এটি প্রবন্ধ যুগুত ತೆ! | 20 2) ‘চৰ্যাপদ’সমূহত তৎকালীন অসমৰ সমাজ-জীৱনৰ চিত্র কেনেদৰে প্রতিফলিত হৈছে, এই সম্পর্কে আলোচনা कवौ | 15 (4 অংকীয়া নাট কি? শংকৰদেৱৰ অংকীয়া নাটৰ পৰিচয় দিয়া । 15 7. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখা : (a) আধুনিক অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ অৱদান সম্পর্কে পর্যালোচনা कवौ | 20 (৮) অসমীয়া ধেমেলীয়া বা প্রহসন নাট সম্পর্কে এটি বিৱৰণাত্মক টোকা প্রস্তুত करों । 15 ( সাম্প্রতিক অসমীয়া কবিতাৰ বিষয়বস্তুৰ নতুনত্ব সম্পর্কে নিদর্শনসহ আলোচনা कवौ । 15 KVMS-U-ASM/23 3 [12,7:0; 8. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখা : (a) "೫೫2೫ (Classicism)’ বুলিলে কি বুজা? க আধাৰত ধ্রুপদী সাহিত্যৰ গতি-প্রকৃতি নির্ণয় কৰাঁ | 20 (b) கண்ணா কি? নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী ভাবধাৰা কেনেদৰে প্রকাশিত হৈছে, বিশ্লেষণ কৰা | 15 (0 মাধৱ কন্দলি অনূদিত ‘ৰামায়ণ’ৰ বিশেষত্ব সম্পর্কে আলোচনা ‏٭‎ | 15 kkk KVMS-U-ASM/23 4 SB27—18