Smar NetworkSmar.inSmargrid.comNewsInsuranceRooms
Follow us:📘Facebook✈️Telegram

← Back to UPSC 2

Previous Year Question Paper

QP CSM 2024 Assa P I Lite 03102024

Pages4
FormatPDF
SourceOCR transcription

Please verify you're human to unlock the download & viewer links.

PDF hosted at www.upsc.gov.in: ↓ Download from source Open at sourceThe PDF opens on the source website in a new window.

Full Text Transcript

Text below was recognized via OCR from scanned pages and may contain minor errors. Mathematical formulas and symbols may be approximate - please refer to the PDF for the exact equations.

Civil Services (Main) Examination, 2024 PHKM-U-ASM অসমীয়া প্ৰশকাকত-_] ( সাহিত্য ) নিৰ্ধাৰিত সময় : 3 ঘণ্টা সৰ্বাধিক নম্বৰ : 250 என বহী-সম্পৰ্কীয় বিশেষ নির্দেশনা প্রশ্নোত্তৰ কৰাৰ আগতে তলৰ নির্দেশনাখিনি ভালদৰে পঢ়ি লোৱাঁ প্রশ্নকাকতখনত দুটা শাখাত আঠটা প্রশ্ন দিয়া আছে। ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ कव | প্রশ্ন নং 1 আৰু 5 বাধ্যতামূলক । বাকী তিনিটাৰ প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ কৰা | প্রতিটো প্রশ্নৰ 37۴ কাষত উল্লেখ কৰা হৈছে | প্রশ্নৰ উত্তৰ অসমীয়াত কৰাঁ | শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে কৰাঁ | প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি कवौ ۱ আধৰুৱাকৈ কৰা প্রশ্নৰ উত্তৰৰো வளாக কৰা হ’ব | প্রশ্ন-সংলগ্ন উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা সম্পূর্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰাঁ | ASSAMESE PAPER—I ( LITERATURE ) Time Allowed : Three Hours Maximum Marks : 250 QUESTION PAPER SPECIFIC INSTRUCTIONS Please read each of the following instructions carefully before attempting questions There are EIGHT questions divided in two Sections. Candidate has to attempt FIVE questions in all. Question Nos. 1 and 5 are compulsory and out of the remaining, THREE are to be attempted choosing at least ONE from each Section. The number of marks carried by a question/part is indicated against it. Answers must be written in ASSAMESE (Assamese script). Word limit in questions, wherever specified, should be adhered to. Attempts of questions shall be counted in sequential order. Unless struck off, attempt of a question shall be counted even if attempted partly. Any page or portion of the page left blank in the Question-cum-Answer Booklet must be clearly struck off. PHKM-U-ASM/23 | ۲۶۳ - SECTION—A ` ` 1. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব : 10x5=50 (a) ভাৰতীয় আর্যভাষাত অসমীয়া ভাষাৰ স্থান নিৰ্ধাৰণ कव | (b) অসমীয়া শব্দসম্ভাৰত বিদেশীমূলীয় শব্দসন্তাৰৰ স্থান উদাহৰণসহ নির্ণয় কৰা | ര) বুৰঞ্জীৰ গদ্য সম্পর্কে এটি টোকা প্রস্তুত কৰাঁ | (व) কামৰূপীয়া উপভাষাৰ ধ্বনিগত বৈশিষ্ট্যসমূহৰ বিষয়ে এটি আলোচনা যুগুতোৱাঁ | (2) গড়গঞা, বামুণীয়া আৰু কাইথেলী লিপিৰ বিষয়ে একোটাকৈ চমু টোকা প্রস্তুত কৰা । 2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব : (2 অসমীয়া ভাষাৰ বিকাশত পালি, প্রাকৃত, অপভ্ৰংশ স্তৰসমূহৰ বিস্তৃততাৱে আলোচনা কৰাঁ | (৮) অসমীয়া গদ্য-সাহিত্যৰ জনক হিচাপে ভট্টদেৱৰ গদ্যৰ বিশ্লেষণ কৰাঁ | (% অসমীয়া লিপিৰ সৈতে ব্ৰাহ্মী আৰু কুটিল লিপিৰ সম্পর্ক বিচাৰ ‏٭‎ | 3. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখিব লাগিব : (જ অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা ? উচ্চাৰণৰ স্থান আৰু ধৰণ অনুযায়ী ব্যঞ্জনধ্বনিসমূহৰ এখন তালিকা প্ৰস্তুত কৰি সিহঁতৰ প্রয়োগ উদাহৰণসহ দেখুওৱা ৷ (0) কামৰূপীয়া উপভাষাৰ মান্য অসমীয়া ভাষাৰ লগত থকা মিল-অমিলসমূহ উদাহৰণসহ আলোচনা কৰাঁ | ര নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু বহুবচনাত্মক প্রত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাত এই দুয়ো ধৰণৰ প্রত্যয়ৰ প্রয়োগ সম্পর্কে উদাহৰণসহ বুজাই লিখা । 4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব : (જ “অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰ বুলিলে এক ব্যাপক ক্ষেত্র বুজায়।’’ এই কথাষাৰৰ প্ৰাসংগিকতা উদাহৰণসহ বিশ্লেষণ कव | (6) শব্দ-বিভক্তিৰ বিষয়ে এটি পৰিচয়মূলক টোকা ۶۰ ۱ (0 অসমীয়া ধ্বনি বিজ্ঞানত দ্বিস্বৰ আৰু শ্রুতিধবনিৰ ভূমিকা নিৰূপণ কৰা | PHKM-U-ASM/23 2 20 15 15 20 15 20 15 15 SECTION—B 5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব : 10x5=50 ‎“সাহিত্য সমালোচনাৰ এটি উল্লেখনীয় দিশ হৈছে পঢ়ুৱৈৰ কচিবোধৰ সংস্কাৰসাধন বা এই ক্ষেত্রত নতুন উপলব্ধি‏ رم ‎বা ধাৰণাৰ উদ্রেককৰণ ।”” কথাষাৰ ব্যাখ্যা কৰা |‏ ‎(0) চৰ্যাপদৰ বিষয়বস্তু সম্পর্কে এটি আভাস ਸਿੰਧੀ | (0) নাটকৰ সংলাপ-বিষয়ক এটি টোকা যুগুতোৱাঁ | ‎প্ৰকৃতিক বিষয়বস্তু হিচাপে লৈ কাব্যচর্চা কৰা যি কোনো এগৰাকী ৰোমাণ্টিক কবিৰ কাব্য-কৃতিৰ বিষয়ে‏ رم ‎আলোচনা কৰাঁ |‏ ‎(9) পুৰণি অসমীয়া সাহিত্যৰ সমালোচক হিচাপে বাণীকান্ত কাকতিৰ অৱদান-বিষয়ক এটি নিবন্ধ প্ৰস্তুত কৰা । ‎6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব : ‎(a) অসমীয়া উপন্যাসৰ বিকাশৰ বিভিন্ন স্তৰসমূহৰ এটি পর্যালোচনা দাঙি ধৰাঁ | 20 (૭ আধুনিক অসমীয়া ভাষা-সাহিত্যলৈ খৃষ্টান মিশ্যনেৰীসকলৰ অৱদান সম্পর্কে আলোচনা কৰাঁ | 15 (૦ জীৱনী-সাহিত্যৰ বিষয়ে এটি পর্যালোচনা আগবঢ়োৱা | 15 ‎7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব : (2 অসমীয়া নাট্য-সাহিত্যৰ সমালোচনাত সমালোচক সত্যেন্দ্ৰ নাথ শৰ্মাৰ স্থান নিৰ্ধাৰণ கள்‌ | 20 2) ‘“‘সমালোচকসকলে সাহিত্য কৰ্মক নিজৰ মনৰ মাজত পুনৰ-নিৰ্মাণ কৰে ।”” কথাষাৰৰ যথার্থতা প্ৰতিপন্ন কৰা 15 ‎আধুনিক অসমীয়া কাব্য-সাহিত্যত পাশ্চাত্য প্রভার সম্পর্কে এটি নিবন্ধ লিখা । 15‏ مم ‎PHKM-U-ASM/23 3 [௨௩6 8. তলৰ প্ৰতিটো ଅଂସ উত্তৰ লিখিব লাগিব : (a) চুটিগল্পৰ সংজ্ঞা নিৰূপণ কৰি ইয়াৰ বৈশিষ্ট্যসমূহ বহলাই আলোচনা কৰাঁ | (৮) মাধৱদেৱে ৰচনা কৰা গীতসমূহৰ সাহিত্যিক সৌন্দৰ্য বিচাৰ ‏۱٭‎ (9) আৱাহন যুগৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ নিৰূপণ কৰাঁ | kak PHKM-U-ASM/23 4 20 15 15 2555-24
PDF hosted at www.upsc.gov.in: ↓ Download from source Open at sourceThe PDF opens on the source website in a new window.

Follow & Subscribe

Get the latest updates on Facebook and Telegram