Full Text Transcript
Text below was recognized via OCR from scanned pages and may contain minor errors. Mathematical formulas and symbols may be approximate - please refer to the PDF for the exact equations.
Civil Services (Main) Examination, 2024 PHKM-B-ASM
অসমীয়া
প্ৰশুকাকত__]]
( সাহিত্য )
নিৰ্ধাৰিত সময় : 3 ঘণ্টা সৰ্বাধিক নম্বৰ : 250
சன்ன বহী-সম্পর্কীয় বিশেষ নির্দেশনা
சன்ன কৰাৰ আগতে তলৰ নির্দেশনাখিনি ভালদৰে পঢ়ি লোৱাঁ
প্রশ্নকাকতখনত দুটা শাখাত আঠটা প্রশ্ন দিয়া আছে।
ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ कवौ |
প্রশ্ন নং 1 আৰু 5 বাধ্যতামূলক | বাকী তিনিটাৰ প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ कवौ |
প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ कवा হৈছে।
প্রশ্নৰ উত্তৰ অসমীয়াত কৰাঁ |
শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে ৰক্ষা ٭٭ |
প্ৰশ্নৰ উত্তৰসমূহ ক্ৰম অনুসৰি कवौ | আধৰুৱাকৈ কৰা প্ৰশ্নৰ கான வளாக কৰা হ’ব প্রশ্ন-সংলগ্ন উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ বা
সম্পূৰ্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰাঁ |
ASSAMESE
PAPER—II
( LITERATURE )
Time Allowed : Three Hours Maximum Marks : 250
QUESTION PAPER SPECIFIC INSTRUCTIONS
Please read each of the following instructions carefully
before attempting questions
There are EIGHT questions divided in two Sections.
Candidate has to attempt FIVE questions in all.
Question Nos. 1 and 5 are compulsory and out of the remaining, THREE are to be
attempted choosing at least ONE from each Section.
The number of marks carried by a question/part is indicated against it.
Answers must be written in ASSAMESE (Assamese script).
Word limit in questions, wherever specified, should be adhered to.
Attempts of questions shall be counted in sequential order. Unless struck off, attempt of
a question shall be counted even if attempted partly. Any page or portion of the page
left blank in the Question-cum-Answer Booklet must be clearly struck off.
PHKM-B-ASM/24 1 ۲۶۶۰۳
SECTION—A
1. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখা : 10x5=50
(2) ‘পাৰিজাত হৰণ’ নাটখনৰ কাহিনীভাগৰ মূল উৎস কি? উৎস গ্রহণ কৰি ৰচনা কৰিলেও নাটখনত নাট্যকাৰ
শংকৰদেৱে কেনেদৰে মৌলিক চিন্তা তথা সৃজনী-প্রতিভাৰ ৰহণ 8۰+
(b) ‘অযোধ্যাকাণ্ড’ৰ আধাৰত মাধৱ কন্দলিৰ অনুবাদৰীতিৰ বিষয়ে আলোচনা কৰাঁ |
(2 ‘গুৰু-চৰিত-কথা’ত মানৱ শংকৰদেৱৰ চৰিত্ৰত কেনেদৰে দৈরত্ব আৰোপ কৰা হৈছে, উদাহৰণসহ আলোচনা
कव |
(व) মাধৱদেৱৰ লীলাপ্রধান বৰগীতসমূহত কৃষ্ণৰ চৰিত্ৰটো কেনেদৰে উপস্থাপন কৰা হৈছে?
(૭) “ ‘কথা-ভাগৱত’ৰ শব্দসম্ভাৰত সংস্কৃতীয়া শব্দৰ প্রয়োগেই অধিক”- কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰি এটি
প্ৰৱন্ধ যুগুত কৰাঁ |
2. তলৰ তিনিওটা প্রশ্নৰ উত্তৰ লিখা :
(2) মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ আধাৰত বৰগীতৰ প্ৰধান বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰি এটা নিৱন্ধ যুগুত कवौ । 20
(૭ ৰাজসূয় যজ্ঞ কোনে, ক’ত আয়োজন কৰিছিল? এই যজ্ঞৰ নিমন্ত্রণ পাই দ্বাৰকাধিপতি কৃষ্ণই সগোত্ৰে-সবান্ধৱে
কেনেদৰে যাত্রা কৰিছিল? 15
কন্দলিৰ ৰামায়ণৰ “অযোধ্যাকাণ্ড'ৰ আলমত সীতা আৰু লক্ষ্মণ সহিতে ৰাম বনবাসলৈ যোৱাৰ সময়খিনি বর্ণনা ما
कव | 15
3. তলৰ তিনিওটা প্রশ্নৰ উত্তৰ লিখা :
অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ ‘পাৰিজাত হৰণ’ নাটখনত কেনেদৰে প্ৰকাশ পাইছে, উপযুক্ত উদাহৰণসহ আলোচনা ہم
কৰা । 20
(৮) ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্রীড়া’ অধ্যায়ত শৃংগাৰ ৰস আৰু ভক্তিৰস কেনেদৰে সংপৃক্ত হৈ আৰু অৱশেষত
ভক্তিৰসে কেনেদৰে আধিপত্য বিস্তাৰ কৰিছে, বিচাৰ ٭ | 15
(0) মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ৰ ভাষাৰ লালিত্যৰ বিষয়ে কাব্যখনৰ পৰা উদ্ধৃতি দাঙি ধৰি লিখা । 15
4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ ಈಗ ;
(2) ‘কথা-ভাগৱত’ৰ প্ৰথম দুটা স্কন্ধৰ আধাৰত বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ গদ্যৰীতি বিষয়ে এটি আলচ যুগুত কৰা। 20
2) বৃন্দাবনৰ যমুনাতটত কৃষ্ণ আৰু গোপীসকলৰ মাজত ‘ৰাসক্ৰীড়া’ সংঘটিত হোৱা পূৰ্ণচন্দ্ৰৰ নিশাটো বৰ্ণনা কৰা । 15
(0) মধ্যযুগীয় অসমীয়া সাহিত্যৰ অন্যতম সম্পদ চৰিত পুথিবোৰৰ কিছুমান আছিল ছন্দোবদ্ধ আৰু কিছুমান আছিল
গদ্যত ৰচিত। গদ্যত ৰচিত ‘গুৰু-চৰিত-কথা’ৰ আধাৰত চৰিত পুথিৰ গদ্যৰ সাধাৰণ বৈশিষ্ট্যসমূহ আলোচনা
কৰাঁ | 15
PHKM-B-ASM/24 2
SECTION—B
5. তলত দিয়া প্রশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখা : 1055-50
(2) লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ আত্মজীৱনী “মোৰ জীৱন সোঁৱৰণ’ত নিজকে ‘ভূমিষ্ঠ নহৈ নৌকাস্থ হোৱা’ বুলি
উল্লেখ কৰি নিজৰ জন্মৰ সময়চোৱা বৰ্ণনা কৰিছে। এই সময়চোৱাৰ কথাখিনি তোমাৰ নিজৰ ভাষাত বর্ণনা कव |
(6) চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি ‘প্ৰতিমা’ৰ বিষয়ে বেজবৰুৱাই ‘‘প্রতিমাখনি সৰু, কিন্তু নিভাজ ୦୩୩୩”? বুলি
কৰা মন্তব্যটোৰ তাৎপর্য বিচাৰ কৰাঁ |
(০) ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰটো বিশ্লেষণ কৰাঁ |
(৫) লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰুৱা ছদ্মনামেৰে লিখা ব্যংগাত্মক ৰচনাসমূহৰ বিষয়ে এটি পৰিচয়মূলক টোকা
লিখা |
(9) পদ্মনাথ গোহাঞিবৰুৱাৰ ‘গাঁওবুঢ়া’ নাটকখনৰ চৰিত্ৰসমূহৰ মুখত দিয়া সংলাপৰ বিষয়ে আলোচনা कवौ |
6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা :
(a) ‘সম্ৰাট’ কবিতাটোত উল্লেখ থকা જરાય অন্ধ जल अन কোন? কবিতাটোত এই সম্ৰাটজনৰ মনস্তত্ব কেনেকৈ
প্রকাশ পাইছে? 20
(6) ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ মূল পুৰুষ চৰিত্ৰকেইটা বিশ্লেষণ কৰাঁ । 15
(८ বাণীকান্ত কাকতিৰ ‘পুৰণি অসমীয়া সাহিত্য’ৰ অন্তৰ্গত প্রৱন্ধৰাজিৰ অন্তর্গত বধকাব্য শীৰ্ষক প্ৰৱন্ধটোত কাকতিয়ে
অসমীয়া সাহিত্যৰ অনুপম সম্পদ বধকাব্যসমূহৰ বিশ্লেষণ কেনেদৰে উপস্থাপন কৰিছে, বিৱৰি ۷ | 15
7. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা :
(2) “কেঁচা جب জোকাই ল’লে গা সাৰিবলৈ টান’’-“মৃত্যুঞ্জয়’ উপন্যাসৰ আৰম্ভণিৰ এই প্রথম বাক্যটো কোনে,
কাক কৈছিল? এই বাক্যটোৰ পটভূমিৰ ৰাজনৈতিক পৰিৱেশটো উপন্যাসখনত কেনেদৰে বৰ্ণিত হৈছে,
আলোচনা কৰাঁ | 20
(b) ‘জীৱনৰ বাটত’ উপন্যাসত ওঁপন্যাসিক বীণা বৰুৱাই প্রয়োগ কৰা ভাষাৰীতি সম্পর্কে এটি আলচ প্রস্তুত कवौ | 15
(2 “‘চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ আৰু নৱকান্ত বৰুৱাৰ “সম্রাট” কবিতাই ৰোমাণ্টিক আৰু আধুনিক কবিতাক
প্রতিনিধিত্ব কবে ।” কথাষাৰৰ যথার্থতা প্রতিপন্ন কৰি এটি তুলনামূলক আলোচনা আগবঢ়োৱা । 15
PHKM-B-ASM/24 3 [01.௦
8. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা :
(જ +5ہ-' বৰদলৈৰ ‘মনোমতী’ উপন্যাসৰ পটভূমি এঁতিহাসিক হ’লেও সামাজিক জীৱন প্ৰৱাহৰ চিত্র তাত
সুন্দৰকৈ চিত্ৰিত হোৱা দেখা যায় ।” কথাষাৰ বিশ্লেষণ কৰাঁ | 20
(৮) ‘মৃত্যুঞ্জয়’ উপন্যাসৰ যি কোনো দুটা মুখ্য চৰিত্ৰ বিশ্লেষণ কৰি এটি নিৱন্ধ যুগুত কৰাঁ | 15
ര বায়নৰ ল’ৰা ভোগমনে গাঁওবুঢ়াৰ পদবী পোৱাৰ পাছত ঘৰে-বাহিৰে যি দুৰ্দশাৰ সন্মুখীন হৈছিল সেয়া পদ্মনাথ
গোহাঞিবৰুৱাই কেনেদৰে বর্ণনা কৰিছে সেয়া তোমাৰ ভাষাত ۹۱ 15
ண்ண்ண்
PHKM-B-ASM/24 4 25SS—24

