Full Text Transcript
Text below was recognized via OCR from scanned pages and may contain minor errors. Mathematical formulas and symbols may be approximate - please refer to the PDF for the exact equations.
Civil Services (Main)
Examination- 2025 SLPM-U-ASM
অসমীয়া (প্ৰশ্নকাকত ][)
( সাহিত্য )
নিৰ্ধাৰিত সময় : 3 ঘণ্টা সৰ্বাধিক নম্বৰ : 250
கின বহী-সম্পর্কীয় বিশেষ নির্দেশনা
প্রশ্নোত্তৰ কৰাৰ আগতে তলৰ নির্দেশনাখিনি ভালদৰে পঢ়ি നടി
প্রশ্নকাকতখনত দুটা শাখাত আঠটা প্রশ্ন দিয়া আছে।
ইয়াৰ ভিতৰত কেৱল পাঁচটা প্ৰশ্নৰ উত্তৰ কৰী |
প্রশ্ন নং 1 আৰু 5 বাধ্যতামূলক বাকী তিনিটাৰ প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ কৰী।
প্রতিটো প্ৰশ্নৰ মৃল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে।
প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰী |
শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে কৰা |
প্ৰশ্নৰ উত্তৰসমূহ कम অনুসৰি কৰা । আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰৰো মূল্যাঙ্কন কৰা হ’ব৷ প্ৰশ্ন-সংলগ্ন উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ
বা সম্পূর্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত কৰা৷
ASSAMESE (PAPER-I)
( LITERATURE )
Time Allowed : Three Hours Maximum Marks : 250
QUESTION PAPER SPECIFIC INSTRUCTIONS
Please read each of the following instructions carefully
before attempting questions
There are EIGHT questions divided in TWO Sections.
Candidate has to attempt FIVE questions in all.
Question Nos. 1 and 5 are compulsory and out of the remaining, THREE are to be attempted
choosing at least ONE from each Section.
The number of marks carried by a question/part is indicated against it.
Answers must be written in ASSAMESE (Assamese script).
Word limit in questions, wherever specified, should be adhered to.
Attempts of questions shall be counted in sequential order. Unless struck off, attempt of
a question shall be counted even if attempted partly. Any page or portion of the page left blank
in the Question-cum-Answer Booklet must be clearly struck off.
SLPM-U-ASM/35 1 (83.0.
SECTION—A
1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত નિશા : 10x5=50
(જ মূল ইণ্ডো-যুৰোপীয় ভাষা-পৰিয়ালৰ পৰা কিদৰে অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল, আলোচনা कव |
(૭ মান্য অসমীয়া হিচাপে স্বীকৃত ভাষাটোৰ লগত কামৰূপী উপভাষাৰ எனா னக বাক্যগঠনৰ দিশ সামৰি এটি
আলচ যুগুতোৱাঁ |
(૭ অসমীয়া ভাষাত অনার্যমূলীয় শব্দৰ প্রভাৱ তথা প্ৰয়োগৰ বিষয়ে এটি টোকা প্রস্তুত कवौ ।
(9) অসমীয়া ভাষাৰ স্বৰধ্বনিসমূহৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ সন্দৰ্ভত এটি নিবন্ধ যুগুতোৱাঁ |
(૭) ত্রয়োদশ শতিকাৰ পৰা উনবিংশ শতিকালৈ অসমীয়া লিপিৰ বিকাশৰ বুৰঞ্জী বিচাৰ ۱
2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা :
(2) চৰ্যাপদৰ সময়ৰ পৰা শংকৰদেৱৰ সময়লৈকে অসমীয়া ভাষাৰ বিকাশৰ ধাৰাটো আলোচনা কৰাঁ | 20
(৮) অঞ্চলভেদে অসমীয়া ভাষাৰ প্রধান ৰূপসমূহৰ বিষয়ে লিখা । 15
(೦ ‘কথা-গীতা’ আৰু ‘কথা-ভাগৱত’ৰ আধাৰত ৰচৌতাৰ গদ্যৰীতিৰ বিচাৰ कवी | 15
3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা :
(2) অসমীয়া ভাষাৰ ৰূপতাত্বিক দিশৰ প্রধান বৈশিষ্ট্যসমূহ উপযুক্ত উদাহৰণেৰে সৈতে আলোচনা কৰাঁ | 20
(৮) বুৰঞ্জী আৰু চৰিতপুথিৰ গদ্যশৈলীৰ এটি তুলনামূলক নিবন্ধ যুগুত कवौ | 15
(૦ অসমীয়া ব্যঞ্জনবর্ণসমূহৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখি তাৰে যি কোনো পাঁচোটা বৰ্ণৰ শব্দৰ আদি, মধ্য
আৰু অন্ত্য স্থানত হোৱা প্ৰয়োগ দেখুওৱা ৷ 15
4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা :
രു কিছুমান সংস্কৃত শব্দ কোনো পৰিৱৰ্তন নোহোৱাকৈ অসমীয়া ভাষাত ব্যৱহৃত হয় আৰু কিছুমান
পালি-প্রাকৃত-অপল্রংশৰ স্তৰবোৰৰ মাজেৰে আহি পৰিৱৰ্তিত ৰূপত অসমীয়া ভাষাত ব্যৱহৃত হয়। এনে ধৰণৰ
শব্দবোৰৰ বিষয়ে খৰচি মাৰি আলোচনা কৰাঁ | 20
(b) অসমীয়া ভাষাত নির্দিষ্টতাবাচক প্রত্যয় আৰু স্ত্ৰী প্রত্যয়ৰ প্রয়োগ কৰি কিধৰণে শব্দৰ গঠন কৰা হয়, বিশদভাৱে
821 15
(9 “অসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশৰ লগত ভাৰতীয় লিপিৰ ইতিহাস ঘনিষ্ঠভাৱে জড়িত ட এই லா
সত্যাসত্য নিৰূপণ कव | ৷ 15
SLPM-U-ASM/35 2
SECTION—B
5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত 89 : 10x5=50
(2) অসমীয়া সাহিত্যৰ যুগবিভাজন কেনেদৰে কৰিব পৰা যায়, আনুমানিক সময়সীমাৰ উল্লিখনসহ আলোচনা कवौ |
(૭) অসমীয়া সাহিত্যৰ সমালোচনাৰ ধাৰাটোৰ বিষয়ে লিখা |
(© অংকীয়া নাট আৰু কুমুৰাৰ বিষয়ে এটি তুলনাত্মক আলচ যুগুত কৰা |
(0 অসমীয়া ৰোমাণ্টিক কবিতাৰ অংকুৰণ ক’ত, কেনেদৰে ঘটিছিল সেই বিষয়ে লিখী ৷
(9) চৰ্যাপদসমূহ কোনে, কেতিয়া, কেনেকৈ, ক’ৰ পৰা উদ্ধাৰ কৰি আনি প্রকাশ কৰিছিল? এই পদসমূহৰ বিশেষত্বৰ
বিষয়ে লিখা ।
6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা :
(2 অসমীয়া উপন্যাস, কবিতা, ভ্রমণকাহিনী, অনুবাদ আদি সাহিত্যৰ বিভিন্ন দিশত আধুনিকতাৰ আধাৰশিলা স্থাপন
কৰাত ‘অৰুণোদই’-ৰ ভূমিকা বিচাৰ কৰাঁ | 20
(৮) অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ গ্ৰন্থ হিচাপে মহেশ্বৰ নেওগৰ “অসমীয়া সাহিত্যৰ ৰূপৰেখা’ৰ বিষয়ে এটি
সমালোচনাত্মক নিবন্ধ যুগুত কৰাঁ | 15
ര জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক বুজোৱা হয়? অসমীয়া সাহিত্যলৈ এই ত্ৰিমূৰ্তিৰ অৱদানৰ বিষয়ে निशी । کر
7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা :
(2) আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীত আলোচনীভিত্তিক প্রধান যুগকেইটাৰ বিষয়ে এটি নিবন্ধ প্রস্তুত কৰাঁ | 20
(0) অসমীয়া সাহিত্যত সমালোচক হিচাপে সত্যেন্দ্ৰনাথ শৰ্মাৰ স্থান নিৰূপণ কৰা ۱ 15
ര অসমীয়া নাটকৰ ইতিহাসৰ মাইলৰ খুঁটিম্বৰাপ নাটকৰ উদাহৰণ দাঙি ধৰি নাটকৰ বিষয়ে এটি আলোচনা
আগবঢ়োৱা | 15
8. তলৰ প্ৰতিটো প্রশ্নৰ উত্তৰ লিখা :
(2 ‘শংকৰ-পূৰ্ব যুগৰ অসমীয়া সাহিত্য’ শীর্ষক এটি প্রবন্ধ প্রস্তুত কৰা | 20
رما আৱাহন যুগৰ প্রধান গল্পকাৰকেইজনৰ গল্পৰ আধাৰত সেই যুগৰ গল্পৰ বিষয়বস্তু আৰু আংগিক বিশ্লেষণ কৰা। 15
(9) অসমীয়া উপন্যাসৰ আদিৰে পৰা বৰ্তমানলৈকে নাৰী চৰিত্ৰ কিদৰে উপস্থাপন কৰা হৈছে সেই সন্দৰ্ভত আলোচনা
কৰাঁ৷ 15
ண்ண்ண்
SLPM-U-ASM/35 3 26BS—18

