Full Text Transcript
Text below was recognized via OCR from scanned pages and may contain minor errors. Mathematical formulas and symbols may be approximate - please refer to the PDF for the exact equations.
Civil Services (Main)
Examination- 2025
SLPM-D-ASM
অসমীয়া (ത
( সাহিত্য )
নিৰ্ধাৰিত সময় : 3 ঘণ্টা সৰ্বাধিক নম্বৰ : 250
சினா বহী-সম্পৰ্কীয় বিশেষ নির্দেশনা
প্রশ্নোত্তৰ কৰাৰ আগতে তলৰ নির্দেশনাখিনি ভালদৰে পঢ়ি লোৱাঁ
প্রশ্নকাকতখনত দুটা শাখাত আঠটা প্রশ্ন দিয়া আছে।
ইয়াৰ ভিতৰত কেৱল পাঁচটা প্রশ্নৰ উত্তৰ কৰী ৷
ଅ নং 1 আৰু 5 বাধ্যতামূলক বাকী তিনিটাৰ কাৰণে প্ৰত্যেকটো শাখাৰ পৰা কমেও এটাকৈ বাচি লৈ উত্তৰ कव |
প্রতিটো প্ৰশ্নৰ মূল্যাঙ্ক কাষত উল্লেখ কৰা হৈছে।
প্ৰশ্নৰ উত্তৰ অসমীয়াত কৰা |
শব্দৰ সংখ্যা য’ত যি ধৰণে দিয়া হৈছে, সেই ধৰণে ৰক্ষা কৰা।
2೫4 উত্তৰসমূহ ক্ৰম অনুসৰি কৰা | আধৰুৱাকৈ কৰা প্ৰশ্নৰ উত্তৰৰো ہم কৰা হ’ব ৷ প্রশ্ন-সংলগ্ন উত্তৰবহীৰ পৃষ্ঠাৰ কোনো অংশ
বা সম্পূর্ণ পৃষ্ঠা নিলিখাকৈ এৰিলে তাক স্পষ্টকৈ চিহ্নিত कवौ |
ASSAMESE (PAPER-II)
( LITERATURE )
Time Allowed : Three Hours Maximum Marks : 250
QUESTION PAPER SPECIFIC INSTRUCTIONS
Please read each of the following instructions carefully
before attempting questions
There are EIGHT questions divided in TWO Sections.
Candidate has to attempt FIVE questions in all.
Question Nos. 1 and 5 are compulsory and out of the remaining, THREE are to be attempted
choosing at least ONE question from each Section.
The number of marks carried by a question/part is indicated against it.
Answers must be written in ASSAMESE (Assamese Script).
Word limit in questions, wherever specified, should be adhered to.
Attempts of questions shall be counted in sequential order. Unless struck off, attempt of
a question shall be counted even if attempted partly. Any page or portion of the page left blank
in the Question-cum-Answer Booklet must be clearly struck off.
SLPM-D-ASM/36 1 (E70,
SECTION—A
1. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 1500 শব্দৰ ভিতৰত লিখা : 10x5=50
(ಯ মাধৱ কন্দলিৰ ‘ৰামায়ণ’ৰ “অযোধ্যা काऊ ৰামৰ অভিষেকৰ বতৰা পোৱাৰ পিছত எஸ কৈকেয়ীক কেনেদৰে
কুমন্ত্রণা দিছিল, বিৱৰি नियौ |
(8) “ ‘পাৰিজাত হৰণ’ নাটত ৰুক্মিণীক এগৰাকী সর্বগুণসম্পন্না নাৰীৰূপে চিত্রিত কৰা হৈছে।”” এই কথাষাৰৰ
যথার্থতা বিচাৰ কৰাঁ |
(© “শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি |
আকে শুনি হোক নিৰ্ম্মল মতি॥”*
அன்ன ‘ৰাসক্রীড়া’ অধ্যায়ত শ্ৰীমন্ত শংকৰদেৱে উক্ত পদ দুফাকি সন্নিৱিষ্ট কৰাৰ কাৰণসমূহ বিশ্লেষণ ر
“னள প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ।’’ মাধৱদেৱৰ বৰগীতৰ আধাৰত এই কথাষাৰৰ তাৎপর্য বিশ্লেষণ رم
কৰা |
(૭) ‘কথা-ভাগৱত’ৰ আধাৰত কবিৰত্ন বৈকুণ্ঠনাথ ভট্টাচাৰ্য্যৰ গদ্যৰীতিৰ প্রধান বিশেষত্বসমূহ চমুকৈ निशी ।
2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা :
(a) ‘গুৰুচৰিত-কথা’ত সমকালীন অসমৰ ধর্মীয় জীৱনৰ চিত্র কেনেদৰে প্রতিফলিত হৈছে, সেই বিষয়ে মহাপুৰুষ
শংকৰদেৱৰ জীৱন-বৃত্তৰ আধাৰত বিশ্লেষণ কৰাঁ |
(0) ‘ৰাজসূয়’ কাব্যখনৰ মাজেৰে মাধৱদেৱৰ কবিত্ব শক্তিৰ পৰিচয় কেনেদৰে ফুটি ওলাইছে, আলোচনা কৰা |
ര মাতৃ কৌশল্যাৰ বুজনি যুক্তিৰে খণ্ডন কৰি ৰামে বনলৈ যাবলৈ প্রস্তুত হোৱাৰ সময়ত কৌশল্যাই কিৰূপে পুত্ৰক
আশীর্বাদ দিছিল, ‘অযোধ্যা തുട്ടു আলমত ಬು |
3. তলৰ ன் প্ৰশ্নৰ উত্তৰ 88 :
(2 ‘“‘বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত ।” বাণীকান্ত কাকতিয়ে উত্থাপন কৰা উক্ত
কথাষাৰৰ আলমত বৰগীতৰ বিষয়বস্তু সম্পর্কে আলোচনা कव |
(৮) ‘কথা-ভাগৱত’ৰ দ্বিতীয় স্কন্ধত হৰিভক্তিৰ মহিমা কিদৰে অভিব্যক্ত হৈছে, তোমাৰ ভাষাৰে বর্ণনা কৰী।
ര ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্রীড়া’ অধ্যায়ত বৰ্ণিত গোপীসকলৰ কৃষ্ণপ্রেমৰ তাৎপর্য বিচাৰ कव |
4. তলৰ তিনিওটা প্রশ্নৰ উত্তৰ লিখা :
(6) ‘পাৰিজাত ফুল’ক কেন্দ্ৰ কৰি শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটখনৰ বিষয়বস্তুৰে কেনেদৰে বিকাশ লাভ কৰিছে,
আলোচনা क्वौ |
‘ৰাজসূয়’ কাব্যত ক’ত, কেনেদৰে একশৰণ ভক্তিৰ প্রকাশ ঘটিছে, উদাহৰণসহ আলোচনা কৰা | مہ
ര ‘চৰিত তোলা প্ৰথা’ৰ সংজ্ঞা দাঙি ধৰি মধ্যযুগত চৰিত-সাহিত্যৰ বিস্তৃতিৰ ক্ষেত্ৰত বিভিন্ন সত্ৰ অনুষ্ঠানৰ ভূমিকা
সম্পৰ্কে বৰ্ণনা কৰী।
SLPM-D-ASM/36 2
20
15
15
20
15
15
20
15
15
SECTION—B
5. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 15001 শব্দৰ ভিতৰত লিখা : 10x5=50
(a) বেজবৰুৱাই “মোৰ জীৱন সোঁৱৰণ’ত বৰপেটাৰ কোনকেইটা স্মৃতিৰ বিষয়ে লিপিবদ্ধ কৰিছে, তোমাৰ ভাষাৰে
লিখী |
(8) ‘প্রতিমা’ কাব্যপুথিৰ মাজেৰে কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিপ্রতিভা কেনেদৰে ফুটি উঠিছে, লিখাঁ।
(© জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী’ নাটকৰ সুন্দৰ কৌৱৰ চৰিত্ৰটিৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিচাৰ কৰা |
(0) ‘মৃত্যুঞ্জয়’ উপন্যাসৰ মাজেৰে সমকালীন অসমীয়া সমাজ-জীৱনৰ প্ৰতিচ্ছবি কেনেদৰে পৰিস্ফুট হৈছে, আলোচনা
কৰী।
(9) নৱকান্ত বৰুৱাৰ “সম্রাট” কবিতাটিত দৃষ্টিহীন সম্রাটৰ মানসিক গ্লানিৰ চিত্র কেনেদৰে ফুটি উঠিছে, বিশ্লেষণ কৰা ।
6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা :
(a) ‘জীৱনৰ বাটত’ উপন্যাসখনত অসমীয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ৰূপায়ণৰ লগতে পাৰিবাৰিক জীৱনৰ প্রাত্যহিক
চিত্রাঙ্কনত ওপন্যাসিকৰ দক্ষতা কেনেদৰে প্রকাশ পাইছে, আলোচনা কৰাঁ | 20
(૭ ‘গাঁওবুঢ়া’ নাটকত ভোগমন গাঁওবুঢ়াৰ জীৱনৰ কাৰুণ্য আৰু দুৰ্দশাৰ ছবি কেনেদৰে ৰূপায়িত হৈছে, বিৱৰি
লিখী | 15
(0 ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ত বিমল হাস্যৰস আৰু ಈಷ વાર কেনেদৰে সহাবস্থান কৰিছে, বুজাই
লিখা | 15
7. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা :
(જ ‘মনোমতী’ উপন্যাসত মানৰ আক্ৰমণৰ চিত্র কেনেদৰে প্রতিফলিত হৈছে, আলোচনা কৰা | 20
0) লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰী ৰচনাসমূহৰ অন্তর্নিহিত উদ্দেশ্য আৰু তাৎপর্য বিশ্লেষণ কৰা | 15
(0) নৱকান্ত বৰুৱাৰ কবিতাত আধুনিক কবিতাৰ কি কি বৈশিষ্ট্য প্রকাশ পাইছে, তোমাৰ পাঠ্যৰ আধাৰত বিচাৰ কৰা । 15
8. তলৰ তিনিওটা প্রশ্নৰ উত্তৰ লিখা :
(2 “'নামঘোষাত প্ৰধানতঃ তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে எள হৈছে পুণ্য-শ্লোক
শঙ্কৰ-স্মৃতি, মাধৱদেৱৰ আত্ম-লঘিমা আৰু কৃষ্ণ-ভক্তি-মাহাত্ম্য ।” বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্যৰ
অন্তৰ্গত ‘নামঘোষা’ প্ৰবন্ধৰ আলমত উক্ত কথাফীকি বিচাৰ কৰাঁ | 20
(৮) ‘কাৰেঙৰ লিগিৰী’ নাটকৰ শেৱালি চৰিত্ৰটিৰ আত্মত্যাগৰ মাজেদি প্ৰেমৰ وچ কেনেদৰে প্রকাশ পাইছে, বিচাৰ
ತಸ! | 15
(2) বীৰ্ন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসৰ নাৰী চৰিত্ৰকেইটিৰ বিষয়ে এটি বিশ্লেষণ আগবঢ়োৱা ৷ 15
kkk
SLPM-D-ASM/36 3 26BS—18

